ABOUT

অনুগ্ৰহ কৰি মন কৰিব, মই এই গানবোৰৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয়। যিবোৰ গান মোৰ পছন্দৰ কিন্ত এই গানবোৰৰ lyrics ইন্টাৰনেটত পোৱা নাযায়, সেই গানবোৰৰ lyrics উলিয়ায় মোৰ ভাল লাগে। আৰু আজৰি সময়ত মই এইবোৰ কামত লাগি পৰো।
গানবোৰ লিখোঁতে হৈতো ক'ৰবাত কিবা ভুল থাকি যাব পাৰে, মই চেষ্টা কৰিছো শুদ্ধকৈ লিখিবৰ বাবে । তথাপিও যদি কিবা ভুল থাকি যায় মোক যেন আপোনালোকে ক্ষমা কৰি দিয়ে।

Comments

Popular posts from this blog

Tumi Junak - Lyrics

Aji horotor prothom nixa || Priyanka Bharali || Assamese Song

ৰাতি ৰাতি (ৰত্নাকৰ) - Lyrics