ৰাতি ৰাতি (ৰত্নাকৰ) - Lyrics

ৰাতি ৰাতি শুন মোৰো সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে।

পোহৰ পোহৰে মোৰ প্ৰতিটো পুৱা জাকে
তোমাৰ কথা ভাবি তোমাৰেই লৰ মাৰে

নেজানো ক'ত তুমি থাকা
নেজানো মই ক'ত থাকো
জানো মাথোঁ আমি থাকো
সপোন ভাঁজত

ৰাতি ৰাতি শুন মোৰো সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে।

নিথৰ ৰাতি তোমাৰ বুকুৰ শব্দ শুনো মই
তুমি চাগে এনেকোৱাই
এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই
তুমি চাগে এনেকোৱাই

নেজানো ক'ত তুমি থাকা
নেজানো মই ক'ত থাকো
জানো মাথোঁ আমি থাকো
সপোন ভাঁজত

ৰাতি ৰাতি শুন মোৰো সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে।

দুখৰ বিষৰ চেনেহবোৰো ওবুৰিয়্আই দিয়আ
তুমিতো এনেকোৱাই
বোকাত পদুম ফুলাৰ দৰেই জুবুৰীয়আই দিয়আ
ফুলি আছো তেনেকোৱাই

নেজানো ক'ত তুমি থাকা
নেজানো মই ক'ত থাকো
জানো মাথোঁ আমি থাকো
সপোন ভাঁজত

ৰাতি ৰাতি শুন মোৰো সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে।

না ৰ না ৰা

নেজানো ক'ত তুমি থাকা
নেজানো মই ক'ত থাকো
জানো মাথোঁ আমি থাকো
সপোন ভাঁজত

ৰাতি ৰাতি শুন মোৰো সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে।

Comments

Popular posts from this blog

Tumi Junak - Lyrics

Aji horotor prothom nixa || Priyanka Bharali || Assamese Song