Lyrics Requested by Visitors

অনুগ্ৰহ কৰি মন কৰিব, অনুৰোধ কৰিবলগীয়া গীতকেইটাই তলত উল্লেখ কৰা চৰ্ত সমূহ পালন কৰিব লাগিব।


১) গীতটো শুদ্ধ লিখিত অসমীয়া ভাষাৰ হ'ব লাগিব।
২) গীতটো Youtube ত থকা হব লাগিব, আৰু গীতটোৰ লিংক কমেণ্ট বস্কত দি দিব যাতে আমি বিচৰাত সহায় হয়।
৩) গীতটোৰ গায়ক, আৰু কিমান চনত গানটো মুক্তি পাইছিল পাৰিলে জনাব।
৪) গীতটোৰ Lyrics ইণ্টাৰনেটত থাকিব নালাগিব ।
৫) তলত উল্লেখ কৰা ধৰণে আপুনি আপোনাৰ পচন্দৰ গানৰ অনুৰোধ কৰিব পাৰে। ⬇️⬇️


Comments

Popular posts from this blog

Tumi Junak - Lyrics

Aji horotor prothom nixa || Priyanka Bharali || Assamese Song

ৰাতি ৰাতি (ৰত্নাকৰ) - Lyrics