মনৰে মাজতে - Sanidhiya Bhuyan & Debangaraj Lyrics
মনৰে মাজতে কি কথা পাতা
মাতো মাতো বুলি কিয় নামাতা
লাজুকী হাঁহিয়ে কয় বহু কথা
তুমি বুজি পালা হিয়াৰে বেথা
মনৰে মাজতে কি কথা পাতা
মাতো মাতো বুলি কিয় নামাতা
লাজুকী হাঁহিয়ে কয় বহু কথা
তুমি বুজি পালা হিয়াৰে বেথা
গোপনে গোপনে গোপন বহু কথা
যেন বুজি পালা মনৰ সৰলতা
নদীৰে নয়নে তুমি আশা লতা
তুমিয়ে বুজালা প্ৰেমৰ মধুলতা
নদীৰ নয়না প্ৰেমৰ কাজল হনা
দীঠকে সপোনে ভাহি ৰয়
তুমি অবিহনে দুখীয়া কূল মনে
দিব জানো পাৰে পৰিচয়
....
...
হিয়াৰে ভাজতে গোপনে ৰখা
এটি আধৰুৱা গীতৰে কথা
তোমাৰে চাৱনীয়ে দিলে ভাষা
তুমি উজ্জ্বলালা মনৰে আশা।
হিয়াৰে ভাজতে গোপনে ৰখা
এটি আধৰুৱা গীতৰে কথা
তোমাৰে চাৱনীয়ে দিলে ভাষা
তুমি উজ্জ্বলালা মনৰে আশা।
গোপনে গোপনে গোপন বহু কথা
যেন বুজি পালা মনৰ সৰলতা
নদীৰে নয়নে তুমি আশা লতা
তুমিয়ে বুজালা প্ৰেমৰ মধুলতা
নদীৰ নয়না প্ৰেমৰ কাজল হনা
দীঠকে সপোনে ভাহি ৰয়
তুমি অবিহনে দুখীয়া কূল মনে
দিব জানো পাৰে পৰিচয়
-------------------------------------------------
Comments
Post a Comment