তোমাৰ উশাহতে Lyrics - Neel Akash

না ৰা নে ৰে.....
নে ৰে না ৰে....(৩)

মনতে আজি মোৰ কিহৰে শিহৰণ জাগে
এমুঠি সপোনে, ক'তে উৰা মাৰে
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে

অ' উমলি উভতি আহা এ
কুকিলি উভৰি উঠে
অ' উকা ৰাতি ৰূধকে অলেশ ভাষা
অ' তোমাক দেখি মোৰ জাগে মায়াবি আশা

তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা
তোমাৰ সপোনতে যে মই বিলীন হম
তুমি বুজা নে নুবুজা

একোলা দোকোলা কৈ
 বাঢ়ি অহা মৰম
 চেনেহী অ তুমি
 মোৰে সাথৰ


ৰাতি ৰাতি মোৰে
গাৰু শিতানৰ
কোমল কৈ আগুৰি
উমাল পৰশ

অ' উমলি উভতি আহা এ
কুকিলি উভৰি উঠে
অ' উকা ৰাতি ৰূধকে অলেশ ভাষা
অ' তোমাক দেখি মোৰ জাগে মায়াবি আশা

তোমাৰ উশাহতে যে মই বিলীন হওঁ
তুমি জানা নে নাজানা
তোমাৰ সপোনতে যে মই বিলীন হওঁ
তুমি বুজা নে নুবুজা

=====================================
ধন্যবাদ 🙏

যদি আপুনিও চৰকাৰী চাকৰীৰ বাবে প্ৰস্তুতি চলায় আছে, আৰু আপোনাক কিতাপৰ অভাৱ হৈছে বা উপযোগী তথ্য পাতি বোৰৰ অভাৱ হৈছে, তেন্তে ইয়াত ক্লিক কৰক AXOM STUDY
- সকলো কিতাপ বিনামূলীয়াকে PDF ৰূপে পাব পাৰিব।

Comments

Popular posts from this blog

Tumi Junak - Lyrics

Aji horotor prothom nixa || Priyanka Bharali || Assamese Song

ৰাতি ৰাতি (ৰত্নাকৰ) - Lyrics